খাপ খাখাপ পাত্

খাপ খোৱা (Assamese) [ Roman: khap kho'wa]
1. (Proper Adj.-Neuter) Fixed or fastened firmly in place; just smaller than the required size. নিৰ্দ্দিষ্ট স্থানত কপকপীয়াকৈ লগা বা বান্ধ খাই পৰা; প্ৰয়োজনীয় আকাৰতকৈ মাত্ৰ অকণমান সৰু।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-07
2. (Proper Adj.-Common) able to exist, live, or work together without conflict কোনো বিৰোধ নোহোৱাকৈ একেলগে থাকিব বা কাম কৰিব পৰা